আজি মোদীৰ ঐতিহাসিক শপত
🔹 চুবুৰীয়া ৰাষ্ট্রৰ মুৰব্বীৰ উপস্থিতিত সন্ধিয়া ৭.১৫ বজাত মাহেন্দ্র ক্ষণ
🔹 দিল্লীত অভাৱনীয় নিৰাপত্তা ব্যৱস্থা
বিশেষ বাৰ্তা, ৯ জুন : দেশৰ ৰাজধানী নতুন দিল্লীত গঢ়ি তোলা হৈছে অভাৱনীয় নিৰাপত্তা বেষ্টনী৷ আজি এনডিএ চৰকাৰৰ শপতগ্রহণ৷ ইতিহাস সৃষ্টিৰে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ শপত ল’ব নৰেন্দ্র মোদীয়ে৷ স্বৰাজোত্তৰ ভাৰতত কংগ্রেছৰ প্রধানমন্ত্রী…
Read More...