ছিৰিয়াত ৰুছ বোমাবর্ষণত নিহত ৩৪ বিদ্রোহী যোদ্ধা
🔹 পশ্চিম এছিয়াত মার্কিন মদতপুষ্ট বাহিনীৰ বিৰুদ্ধে পুনৰ যুদ্ধত নামিল পুটিনৰ সেনা
বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : ইউক্রেইন আৰু গাজাৰ যুদ্ধৰ মাজত এইবাৰ নতুন অশান্তি আৰম্ভ হ’ল পশ্চিম এছিয়াত৷ তাৎপর্যপূর্ণভাৱে পশ্চিম এছিয়াৰ এই যুদ্ধত এইবাৰ অংশ লৈছে বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা আৰু ৰাছিয়াই৷ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াত কালি ৰাছিয়া আৰু আমেৰিকাৰ যুদ্ধবিমান…
Read More...