‘কংগ্রেছক ভোট দিয়া মানে ঔৰংগজেব-বাবৰক ভিটামিন দিয়া’
🔹 ৰাজস্থানত নির্বাচনী প্রচাৰ ড০ শর্মাৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰ : বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ৰাজস্থানত নির্বাচনী প্রচাৰ চলায়৷ নির্বাচনী প্রচাৰ অভিযানত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দল আৰু ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে হিন্দু আৰু ভাৰত জাগ্রত হ’লে আতংকবাদীসকল…
Read More...