তালিবানৰ নতুন ফতোৱা : কিশোৰীৰ বাবে বন্ধ বিদ্যালয়ৰ দুৱাৰ
🔹 তৃতীয় শ্রেণীতেই ছাত্রীৰ শিক্ষা জীৱনৰ ইতি আফগানিস্তানত
বিশেষ বাৰ্তা, ৭ আগষ্ট : তৰুণী–যুৱতীসকলৰ কলেজত অধ্যয়নৰ সুযোগ পূর্বেই বন্ধ তালিবানশাসিত আফগানিস্তানত ৷ তালিবানী শাসনত দেশখনৰ মহিলাৰ চাকৰিও সপোন হৈ পৰিছে৷ এইবাৰ নাৰী শিক্ষাক লৈ জাৰি হ’ল নতুন ফতোৱা৷ তৃতীয় শ্রেণীত উঠিলেই কিশোৰীসকলৰ বাবে বন্ধ কৰি দিয়া হ’ব স্কুলৰ দুৱাৰ ৷ একাধিক আন্তর্জাতিক…
Read More...