দেশত তিনি মাহত খাদ্য সামগ্রীৰ আকাশলংঘী দামবৃদ্ধি
🔹 জুনত মুদ্রাস্ফীতি বাঢ়িল ৪.৮১ শতাংশলৈ
বিশেষ বাৰ্তা, ১৪ জুলাই : তিনি মাহত দামবৃদ্ধি সর্বাধিক হৈছে ৷ অলপতে প্রকাশিত চৰকাৰী তথ্য অনুসৰি খুচুৰা পণ্যৰ মুদ্রাস্ফীতি (ইনফ্লেছন) জুনত তিনি মাহৰ ভিতৰত সর্বোচ্চ ৪.৮১ শতাংশলৈ বৃদ্ধি পাইছে ৷ প্রাথমিকভাৱে খাদ্য সামগ্রীৰ দামবৃদ্ধিকে ইয়াৰ বাবে জগৰীয়া কৰা হৈছে ৷ বজাৰত বিগত এমাহ ধৰি সমস্ত খাদ্য সামগ্রীৰ দাম…
Read More...