১৪ জুলাইৰ বাষ্টিল দিৱসত আতচবাজী নিষিদ্ধ ফ্ৰান্সত
বিশেষ বাৰ্তা, ১০ জুলাই : যোৱা মাহত যান-বাহন আইন উলংঘা কৰাৰ অপৰাধত আৰক্ষীৰ গুলীত কিশোৰৰ মৃত্যুক লৈ অস্থিৰ হৈ পৰে ফ্ৰান্স। কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদী বিক্ষোভৰ ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে। এনে পৰিস্থিতিত নাগৰিকৰ সুৰক্ষা সন্দৰ্ভত দেওবাৰে ফ্ৰান্সৰ অফিচিয়েল গেজেটত এক নিৰ্দেশনা জাৰি কৰা হয়। য’ত কোৱা হৈছে যে ১৪ জুলাইৰ পৰা ১৫ জুলাইলৈকে…
Read More...