ৰাহুল গান্ধীৰ আবেদন খাৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ
বিশেষ বাৰ্তা, ৭ জুলাই : মোদী উপাধি সম্পৰ্কীয় মন্তব্যক লৈ মানহানি গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীয়ে স্থগিতাদেশ বিচাৰি কৰা আবেদন আজি গুজৰাট উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে ৰাহুল গান্ধীৰ দুবছৰৰ শাস্তি অক্ষত থকাৰ লগতে তেওঁৰ সাংসদ পদ ওভতাই নোপোৱাটো নিশ্চিত হৈছে। উচ্চ ন্যায়ালয়ে কয় যে এই দোষী সাব্যস্ত কৰাটো “ন্যায্য, সঠিক আৰু আইনী”। কংগ্ৰেছ…
Read More...