নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

ছুডানত ভয়াৱহ আকাশী আক্ৰমণত ২২জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৯ জুলাই : ছুডান বৰ্তমান নৰকৰ দুৱাৰসদৃশ হৈ পৰিছে। তিনি মাহ ধৰি চলা সেনা-অৰ্ধসামৰিক যুদ্ধত বহু সাধাৰণ মানুহৰ মৃত্যু হৈছে। শনিবাৰে ভয়াৱহ বিমান আক্ৰমণত কমেও ২২জন লোকৰ মৃত্যু হয়। শেহতীয়াকৈ সংঘটিত হোৱা এই আক্ৰমণ অন্যতম ভয়াৱহ আক্ৰমণ হিচাপে বিবেচিত হৈছে। ডাৰ এছ চালামৰ সমীপৱৰ্তী চহৰ ওমদুৰমানত সংঘটিত হৈছে এই আক্ৰমণ। এই আক্ৰমণত বহু লোক আহত…
Read More...

আমেৰিকাই সকলো ৰাসায়নিক অস্ত্ৰ ধ্বংস কৰিছে : দাবী বাইডেনৰ

বিশেষ বাৰ্তা, ৯ জুলাই : শুকুৰবাৰে ৰাষ্ট্ৰপতি জো বাইডেনে দাবী কৰে যে আমেৰিকাই ৰাসায়নিক অস্ত্ৰৰ মজুত সম্পূৰ্ণৰূপে…

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ : দিল্লীত ৪১ বছৰীয়া অভিলেখ ভংগ

বিশেষ বাৰ্তা, ৯ জুলাই : উত্তৰ-পশ্চিম ভাৰতত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ অব্যাহত আছে। ৰাজধানী দিল্লীত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা…

কংগ্ৰেছ মানে লুটপাতৰ দোকান, মিছাৰ বজাৰ : নিৰ্বাচনমুখী ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদী

বিশেষ বাৰ্তা, ৮ জুলাই : শনিবাৰে নিৰ্বাচনমুখী ৰাজস্থানৰ বিকানেৰত ৰাজহুৱা ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়…

পশ্চিমবংগত নির্বাচনী হিংসাত ১১জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৮ জুলাই : পশ্চিমবংগত পঞ্চায়ত নির্বাচনৰ আজি ভোটগ্রহণ আৰম্ভ হোৱাৰ পিছতে শাসকীয় আৰু বিৰোধী ৰাজনৈতিক দলৰ…

মণিপুৰত পুনৰ আৰক্ষী–কিশোৰসহ চাৰিজনৰ প্ৰাণহানি

🔴 ক্ষুব্ধ জনতাই জ্বলাই দিলে দুখন বাহন, কেইবাস্থানতো গুলীয়াগুলীৰ ঘটনা বিশেষ বাৰ্তা, ৮ জুলাই : গোষ্ঠীগত সংঘর্ষত…

দিল্লীত বহিয়ে আমেৰিকাৰ নাগৰিকৰ ৩ কোটি লুট ৫ প্ৰৱঞ্চকৰ

বিশেষ বাৰ্তা, ৮ জুলাই : দিল্লীত বহিয়ে সুদূৰ আমেৰিকাৰ এগৰাকী বৃদ্ধ মহিলাৰ বেংক একাউণ্ট খালী কৰাৰ অভিযোগত ৫ প্ৰৱঞ্চকৰ…

ভাগৰুৱাও নহয় , অৱসৰো লোৱা নাই- ভতিজালৈ বাৰ্তা খুৰাকৰ

বিশেষ বাৰ্তা, ৮ জুলাই : 'ভাগৰুৱাও নহয়, অৱসৰো লোৱা নাই'- প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ উক্তিৰ …

ডাৱৰ বিস্ফোৰণত বিধ্বস্ত দলং, উত্তৰাখণ্ডত আবদ্ধ শ শ লোক

বিশেষ বাৰ্তা, ৭ জুলাই : উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণৰ ফলত পিথোৰাগড় জিলাৰ এখন দলং পানীয়ে ভাঙি পেলায়। ফলত সেই…

মেক্সিকোৰ ঘন জংঘলত উদ্ধাৰ প্ৰাচীন মায়া সভ্যতাৰ ধ্বংসাৱশেষ

বিশেষ বাৰ্তা, ৭ জুলাই : মেক্সিকোৰ ঘন জংঘলত প্ৰাচীন মায়া সভ্যতাৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইভান স্প্ৰাইছ…