ফোনৰ ব্যৱহাৰ কমাই জীৱন উপভোগৰ পৰামর্শ ম’বাইলৰ স্রষ্টা কুপাৰৰ
নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ প্রথম ‘ৱায়াৰলেছ ফোন’ আৱিষ্কাৰ কৰি সমগ্র বিশ্বত চমক সৃষ্টি কৰিছিল মার্টিন কুপাৰে৷ যোৱা শতিকাৰ ৭০ৰ দশকত ‘মটৰ’লা ডাইনাটেক ৮০০০এক্স’ নামৰ ম’বাইল ফোনটোৰ জৰিয়তে আৰম্ভ হৈছিল যাত্রা৷ আজি সেই ম’বাইল ফোনে দুনিয়া সলনি কৰি দিছে৷ ম’বাইল ফোনৰ অন্যতম স্রষ্টা মার্টিন কুপাৰে নিজেই ফোনৰ পৰা আঁতৰত থাকিবলৈ লৈছে৷ দিনটোৰ ৫ শতাংশতকৈও কম সময়…
Read More...