ৰাছিয়াৰ ৰেডিঅ’ত ইউক্রেইনী ৰাষ্ট্রীয় সংগীত
নিয়মীয়া বাৰ্তা, ১০ জুনঃ পূব ইউক্রেইনত ৰাছিয়াই আক্রমণ তীব্রতৰ কৰি তোলা সময়তে কালি হঠাতে ইউক্রেইনী হেকাৰে হেক কৰে ৰাছিয়াৰ এটা জনপ্রিয় ৰেডিঅ’ ষ্টেচন৷ হঠাতে এই ৰেডিঅ’ ষ্টেচনৰ পৰা বাজিবলৈ ধৰিলে ইউক্রেইনৰ ৰাষ্ট্রীয় সংগীত তথা যুদ্ধবিৰোধী গান৷ ঘটনাক লৈ লগে লগে ৰাছিয়াজুৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ ৰাছিয়াৰ জনপ্রিয় ৰেডিঅ’ হৈছে ‘কোমেৰছাণ্ট এফএমঅ’৷ কালি…
Read More...