প্ৰতিৰক্ষা চুক্তিৰ পৰা ৰাছিয়া-ইউক্ৰেইন যুদ্ধলৈকে, প্ৰধানমন্ত্ৰী মোদী আৰু বৰিছ জনছনৰ আলোচনাত কি কি বিষয়ে স্থান পালে?
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হৈছেহি ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন । জনছনে শুকুৰবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত দুয়োখন দেশৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। এই সময়ছোৱাত ভাৰত আৰু ব্ৰিটেইনৰ মাজত বহুতো…
Read More...