আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ প্রস্তুতি চলাইছে চীনে
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ মার্কিন আধিপত্যক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে চীন৷ বিশ্বত ক্ষমতাৰ সমীকৰণ সলনি কৰি দিবলৈ এইবাৰ আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ প্রস্তুতি গ্রহণ কৰিছে কমিউনিষ্ট দেশখনে৷ সেই পৰিকল্পনাক সফল কৰিবলৈ ৰাছিয়াক সহযোগী হিচাপে বিচাৰিছে এছিয়ান ড্রেগনে৷ অকল সেয়াই নহয়, প্রতিবেশী দেশবোৰৰ বিৰুদ্ধেও যুদ্ধত নামিব পাৰে দেশখন৷ এই দাবী কৰিছে…
Read More...