প্ৰাক্তন আৰু বৰ্তমানৰ সংগীৰে একেলগে আগুৱাইছে হৃত্বিক ৰোশন
বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ এফালে নতুন গাৰ্লফ্ৰেণ্ডৰ সৈতে হৃত্বিক ৰোশন আৰু আনপিনে চৰ্চাত থকা নতুন বয়ফ্ৰেণ্ডৰ সৈতে ছুজান খান। একেলগে পাৰ্টী কৰিলে আটাইয়ে। হয়, ঠিকেই শুনিছে। বলীউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশন আৰু তেওঁৰ প্ৰাক্তন পত্নী ছুজানে নিজৰ নিজৰ নতুন সংগীৰ সৈতে একেলগে উপস্থিত হৈছিল পূজা বেদীৰ পাৰ্টীত। গোৱাত নতুনকৈ খোলা ছুজানৰ ৰেষ্টুৰেণ্টত পাৰ্টীৰ…
Read More...