নিশাটোৰ ভিতৰতে জীৱন সলনি হৈছে মাজনিশাৰ দৌৰবিদ প্ৰদীপৰ
বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ নাম প্ৰদীপ মেহৰা, বয়স ১৯। মেকডনাল্ডত কাম কৰা যুৱকজনৰ সপোন সেনা বাহিনীত যোগদান। তিনি দিন আগলৈ তেনেই সাধাৰণ যুৱকজন ৰাতিৰ ভিতৰতে হৈ উঠিছে চেলিব্ৰিটী। সিদিনা ৰাতি যুৱকজনক পথত দৌৰি থকা দেখি ছবি নিৰ্মাতা বিনোদ কাপ্ৰীয়ে কাষেৰে গাড়ী লৈ পাৰ হওঁতে এটি ভিডিঅ' তৈয়াৰ কৰিছিল। সেনা বাহিনীত ভৰ্তি হোৱাৰ অভ্যাসৰ বাবে কামৰ পাছত প্ৰতিদিনে নিশা…
Read More...