সকলোৱে ল’ব লাগিব নেকি ক’ভিডৰ বুষ্টাৰ ডোজ
বিশেষ বাৰ্তা, ২২ মাৰ্চঃ নতুনকৈ ক'ভিড সংক্রমণ বিশ্বৰ নানা প্রান্তত বৃদ্ধি পোৱাৰ সময়ত আলোচনাত বহিছে কেন্দ্র। সূত্রই সদৰি কৰা মতে, যিসকলে ইতিমধ্যে ক'ভিডৰ দুয়োটা ভেকচিন লৈছে তেওঁলোকে সতর্কতামূলক পদক্ষেপ হিচাপে তৃতীয়টো ডোজ ল'ব লাগিব নেকি তাকে লৈ আলোচনা চলিছে স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়ববীয়াৰ। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি…
Read More...