দেশৰ আৰক্ষীত আছে ২,১৫,৫০৪ গৰাকী মহিলা কৰ্মী
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ভাৰতৰ আৰক্ষী বিভাগত থকা মহিলা কর্মীৰ সংখ্যা হৈছে ১০.৩ শতাংশ৷ আজি কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে লোকসভাত সদৰী কৰে এই তথ্য৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি আৰক্ষী গৱেষণা তথা উন্নয়ন ব্যুৰ’ৰ তৰফৰ পৰা চৰকাৰক এই তথ্য প্রদান কৰা হৈছে৷ উল্লেখনীয় যে বিভিন্ন ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহত ২০২০ৰ ১…
Read More...