অভ্যুত্থানবিৰোধী লোকক নৃশংস হত্যা ম্যানমাৰৰ সেনাৰ
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে প্রতিবাদ কৰা সাধাৰণ জনতাৰ ওপৰত ম্যানমাৰৰ সেনাই পাশৱিক নির্যাতন চলাইছে৷ যোৱা ফেব্রুৱাৰী মাহত অভ্যুত্থানৰ জৰিয়তে গণতান্ত্রিক চৰকাৰখনক উৎখাত কৰি সেনাই শাসন কাঢ়ি লোৱাৰ পিছৰে পৰা ম্যানমাৰত চলিছিল নির্বিচাৰ হত্যা৷ শেহতীয়াকৈ সংবাদ সংস্থা বি বি চিৰ অনুসন্ধানত পোহৰলৈ আহিছে শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা৷…
Read More...