প্রিয়ংকাৰ গোৱা ভ্রমণৰ সময়তে কেইবাগৰাকীও কংগ্রেছ নেতাৰ পদত্যাগ
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: আগন্তুক গোৱা বিধানসভা নির্বাচনৰ পূর্বে কেন্দ্রীয়শাসিত ৰাজ্যখনত তীব্র সংকটৰ সন্মুখীন হৈছে কংগ্রেছ৷ আজি কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে গোৱা ভ্রমণ কৰাৰ সময়তে দলটোৰ কেইবাগৰাকীও নেতা আৰু কর্মীয়ে পদত্যাগ কৰিছে৷ আগন্তুক নির্বাচনৰ বাবে প্রার্থী বাছনিৰ ক্ষেত্রত ক্ষোভ উজাৰিছে বহু কংগ্রেছ কর্মীয়ে৷ আনফালে, নির্বাচনত কংগ্রেছে…
Read More...