দেশ এৰিব ভাৰতৰ ধনাঢ্য পৰিয়ালেঃ লণ্ডনত ৫৯২ কোটিৰে সুদৃশ্য অট্টালিকা ক্রয় আম্বানিৰ
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাই এৰি লণ্ডনত থাকিব উদ্যোগপতি মুকেশ আম্বানি৷ দেশৰ লগতে এছিয়াৰ ১ নম্বৰ ধনাঢ্য তথা বিশ্বৰ একাদশ ধনাঢ্য উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে পৰিয়ালসহ মুম্বাই এৰি লণ্ডনত থকাৰ পৰিকল্পনা কৰিছে৷
ক’ভিড–১৯ লকডাউনৰ সময়তে উদ্যোগপতি মুকেশ আম্বানিয়ে দেশৰ লগতে বিদেশৰ বিশেষকৈ…
Read More...