নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

কৃষি আইন বাতিলৰ সময়সীমা ২৬ নৱেম্বৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ আগন্তুক ২৬ নৱেম্বৰৰ ভিতৰত তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ বাবে চৰকাৰক সময়সীমা বান্ধি দিছে ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতা ৰাকেশ টিকাইটে৷ নেতাগৰাকীয়ে আজি কেন্দ্রীয় চৰকাৰলৈ সতর্কবাণী কৰি কৈছে যে ২৬ নৱেম্বৰৰ ভিতৰত তিনিওখন কৃষি আইন প্রত্যাহাৰ নকৰিলে দেশজুৰি আন্দোলন অধিক তীব্রতৰ কৰি তোলা হ’ব৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে…
Read More...

ভাৰতৰ ভেকচিন ক’ভাক্সিনক স্বীকৃতি প্রদান অষ্ট্রেলিয়াৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ভাৰতৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনক স্বীকৃতি প্রদান কৰা নাই…

বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২৬৬ টকা বৃদ্ধি

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ঘৰুৱা ৰন্ধন গেছৰ পাছত এইবাৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ২৬৬ টকা বৃদ্ধি কৰিলে৷…

ক’ৰোনাকালত ৭৯ শতাংশলৈ বৃদ্ধি পেট্র’ল ডিজেলৰ কৰ সংগ্রহ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ  ক’ৰোনাকালৰ প্রতিকূল পৰিস্থিতিত উপার্জন হ্রাস পোৱা সর্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই…

অর্ধনগ্ন কৰি নর্মদা নদীত শুদ্ধিকৰণ যুৱতীৰ

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ দলিত সম্প্রদায়ৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী যুৱতীক মধ্যপ্রদেশত অর্ধনগ্ণ কৰি…

পাকিস্তানক ধ্বংস কৰাই প্রথম লক্ষ্য আইছিছৰ

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ ইছলামিক ষ্টেট–খোৰাছান (আইছিছ–কে)ৰ উদ্দেশ্য আফগানিস্তানত শ্বৰিয়ত আইন প্রয়োগ কৰা নহয়৷…

ৰাছিয়াত ছেপ্টেম্বৰত ক’ভিডত মৃত্যু ৪৪ সহস্রাধিকৰ

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ ক’ভিড মহামাৰীয়ে ৰাছিয়াত সংহাৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ বিশ্বত অধিকসংখ্যক লোক দৈনিক…