নিজকে আফগানিস্তানৰ মুৰব্বী ঘোষণা আখুন্দজাদাৰ
নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ মাত্র কিছুদিন পূর্বে তালিবানৰ এক সূত্রই ঘোষণা কৰিছিল যে কট্টৰ ইছলামিষ্ট গোটটোৰ শীর্ষ নেতা হাইবাতুল্লা আখুন্দজাদাৰ মৃত্যু হৈছে৷ কিন্তু মৃত্যুক লৈ সকলো জল্পনাক ভুৱা প্রমাণিত কৰি কালি জনসাধাৰণৰ সন্মুখত আহি উপস্থিত হ’ল আফগান তালিবানৰ শীর্ষ নেতাগৰাকী৷ কালি কান্দাহাৰ চহৰৰ এখন ধর্মীয় বিদ্যালয়ত হঠাতে দেখিবলৈ পোৱা যায় আখুন্দজাদাক৷…
Read More...