ভাৰত আক্রমণৰ ব্লুপ্রিণ্ট জইচ–ই–মহম্মদৰ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানে আফগানিস্তান দখল কৰাৰ পাছতেই পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদে ভাৰতত আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷ দেশৰ চোৰাংচোৱা সংস্থাই জে ই এম সম্পর্কিত ছ’চিয়েল মিডিয়াৰ যোগে সন্ত্রাসবাদী সংগঠনটোৱে ভাৰতত বিশেষকৈ জম্মু–কাশ্মীৰত ভয়াৱহ আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰাৰ তথ্য লাভ কৰিছে৷ আফগানিস্তান…
Read More...