নর্দার্ন এলায়েঞ্চৰ এম্বুছত আণ্ডাৰবত নিহত ৩০০ তালিবান
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: নির্বাচিত চৰকাৰৰ সামৰিক বাহিনীক সহজে পৰাজিত কৰি আফগানিস্তানৰ শাসন নিজৰ দখললৈ অনা নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানৰ বিৰুদ্ধে জনতাৰ প্রতিৰোধ তীব্রতৰ হৈ উঠিছে৷ যোৱা ১৫ আগষ্টত দেশখনৰ স্বাধীনতা দিৱসৰ দিনাই ৰাষ্ট্রীয় পতাকা লৈ দেশৰ প্রান্তে প্রান্তে তালিবানৰ বিৰুদ্ধে জনতা ওলাই অহাৰ পাছত সম্প্রতি তালিবানবিৰোধী জনতাৰ সংখ্যা…
Read More...