কঠোৰ কিম জং–উনঃ বিদেশী চিনেমা চোৱা–জিন্ছ পিন্ধা অশালীন শব্দ কোৱা লোকক দিব মৃত্যুদণ্ড
নিয়মীয়া বাৰ্তা, ৮ জুনঃ কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্ত গ্রহণ কৰাৰ বাবেই বিশ্বজুৰি চর্চিত উত্তৰ কোৰিয়াৰ শাসক কিম জং–উন৷ পাৰমাণৱিক অস্ত্র পৰীক্ষণ চলাই বিশ্বৰ দেশসমূহ বিশেষকৈ পাশ্চাত্যৰ দেশক প্রত্যাহ্বান জনাই থকা উত্তৰ কোৰিয়াৰ একছত্রী সম্রাট উনে এইবাৰ অস্ত্র অবিহনে যুদ্ধ ঘোষণা কৰিছে৷ দেশখনত বিদেশৰ প্রভাৱ কিম্বা বিদেশ ৰাষ্ট্রৰ প্রত্যক্ষ–পৰোক্ষ প্রভাৱ দূৰ…
Read More...