আমেৰিকাত বন্দুকধাৰীৰ নৃশংসতাঃ স্পা পার্লাৰত গুলীচালনাত নিহত ৮ এছীয় লোক
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ আমেৰিকাৰ জর্জিয়া প্রদেশৰ আটলাণ্টাৰ উপকণ্ঠীয় অঞ্চলৰ এখন মাছেজ পার্লাৰ আৰু স্পাতসংঘটিত গুলীচালনাৰ ঘটনাত ৮গৰাকী লোক নিহত হৈছে৷ নিহত লোকসকলৰ চাৰিগৰাকীয়েই হৈছেকোৰিয়া মূলৰ আমেৰিকান৷ এই গুলীচালনাৰ ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ২১ বছৰীয়া এজন যুৱকক৷ তাৎক্ষণিকভাৱে এই আক্রমণৰ কাৰণ জানিব পৰা হোৱা নাই৷ কিন্তু…
Read More...