পাক সেনাই ভাবুকি প্রদান কৰি আছে মৰিয়মক
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ পাকিস্তানৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী নৱাজ শ্বৰীফে শেহতীয়াকৈ অভিযোগ কৰিছে যে দেশখনৰ সামৰিক বাহিনীয়ে তেওঁৰ দুহিতা মৰিয়ম নৱাজক ভাবুকি প্রদান কৰি আছে৷ লণ্ডনত থকা পিএমএল–এনৰ মুৰব্বী নৱাজ শ্বৰীফে এক ভিডি’ বার্তা টুইটাৰত মুকলি কৰি দি উল্লেখ কৰিছে যে যদি মৰিয়ম নৱাজৰ ক্ষেত্রত কিবা নঘটিব লগা অঘটন ঘটে, তেন্তে তাৰ বাবে জগৰীয়া হ’ব সেনা…
Read More...