১৫ দেশৰ ২১গৰাকী মহিলালৈ সাহসিকতাৰ বঁটা মার্কিন ফার্ষ্ট লেডীৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আমেৰিকাৰ ফার্ষ্ট লেডী ড০ জিল বাইডেনে ১৫খন দেশৰ ২১গৰাকী মহিলাক সাহসিকতাৰ সন্মান আগবঢ়ায় আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি৷ এই মহিলাসকলৰ সাতগৰাকীয়েই হৈছে আফগানিস্তানৰ৷ আফগানিস্তানৰ এই সাত মহিলাক মৰণোত্তৰভাৱে আন্তর্জাতিক সাহসিকতা সন্মান আগবঢ়াইছে বাইডেনে৷
লক্ষণীয়ভাৱে দেশখনৰ বিদেশ দপ্তৰে বিভিন্ন ক্ষেত্রত সাহসিকতাৰ পৰিচয়…
Read More...