ক’ভিড প্রতিষেধক প্রদান প্রক্রিয়া ক্ষিপ্রতৰ কৰিবলৈ কেন্দ্রৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ক’ভিড প্রতিষেধক প্রদান প্রক্রিয়া ক্ষিপ্রতৰ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত ৰাজ্যসমূহক নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ কালি ৰাজ্যৰ সচিব আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালকৰ সৈতে হোৱা এখন পুনৰীক্ষণ বৈঠকত এই নির্দেশ দিছে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে৷ এই বৈঠকখনত কেন্দ্রীয় স্বাস্থ্য সচিবজনে প্রতিখন ৰাজ্যৰ…
Read More...