ম্যানমাৰত ফেচবুক সেৱাত প্রতিৰোধ
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰাৰ পিছত শেহতীয়াকৈ ম্যানমাৰৰ সামৰিক শাসকে দেশখনত প্রতিৰোধ লগাইছে ফেচবুক সেৱাত৷ দেশখনত সুস্থিৰতা অব্যাহত ৰখাৰ স্বার্থতে ফেচবুকত প্রতিৰোধ লগোৱা হৈছে বুলি সামৰিক প্রশাসনে এক বিবৃতিত সদৰী কৰিছে৷ স্মর্তব্য যে ফেচবুক হৈছে ম্যানমাৰৰ বহু লোকৰ বাবে ইণ্টাৰনেটত উপলব্ধ…
Read More...