নীৰৱ মোদীৰ গোচৰত ভগ্নী পূৰবী হ’ব ৰাজসাক্ষী
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভগ্ণী পূৰবী মোদী আৰু তেওঁৰ স্বামী মায়ংক মেহেতাই বহু কোটিটকীয়া পঞ্জাব নেচনেল বেংক (পিএনবি)ৰ প্রৱঞ্চনাৰ গোচৰত ৰাজসাক্ষী হ’বলৈ আগবাঢ়িছে৷ মোদীৰ নিউয়র্কত থকা দুটা ফ্লেট, লণ্ডন আৰু মুম্বাইত থকা দুটা ফ্লেট তথা ছুইচ বেংক আৰু মুম্বাইৰ বেংকত থকা একাউণ্টৰ ৫৭৯ কোটি টকা বাজেয়াপ্ত কৰাৰ ক্ষেত্রত…
Read More...