বিশ্বত ২০২০ আছিল আটাইতকৈ উষ্ণ বৰ্ষ
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ গোলকীয় উষ্ণতা বৃদ্ধিয়ে ২০২০ বর্ষটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ ইউৰোপীয় সংঘ (ইইউ)ৰ উপগ্রহৰ তথ্য অনুসৰি ২০১৬ বর্ষটোৰ দৰে ২০২০ বর্ষটোও আছিল বিশ্বৰ ভিতৰত আটাইতকৈ উষ্ণ বর্ষ৷ কপাৰনিকাছ ক্লাইমেটছ এণ্ড ছার্ভিচৰ তথ্য অনুসৰি যোৱা বছৰটোত গড় গোলকীয় উষ্ণতা আছিল ১.২৫ ডিগ্রী চেলচিয়াছতকৈ বেছি৷ বতৰ বিজ্ঞানীসকলে সদৰী কৰা…
Read More...