থাই মিছামাছৰ বজাৰত ক’ভিড–১৯ৰ সংক্রমণৰ সংহাৰ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ থাইলেণ্ডৰ এক মিছামাছৰ বজাৰত ক’ভিড–১৯ৰ দ্রুত সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ স্বাস্থ্য বিভাগে ক’ৰোনা টেষ্ট ক্ষিপ্রতৰ কৰি তুলিছে৷ দেশখনৰ দক্ষিণ–পশ্চিম প্রান্তৰ ছামুট ছাখনত মাত্র দুদিন পূর্বে ক’ভিডত আক্রান্ত হৈছিল চাৰিগৰাকী লোক৷ কিন্তু দুদিন পিছতে অঞ্চলটোত আক্রান্ত হৈছে ৬৮৯গৰাকী লোক৷
জনস্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা…
Read More...