নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

কাবুলত বোমা আক্রমণত নিহত সচিবসহ উপ–গৱর্নৰ মেহবুবুল্লা ম’হেবি

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ সন্ত্রাসবাদীৰ বোমা আক্রমণত নিহত হৈছে আফগানিস্তানৰ ৰাজধানী কাবুলৰ উপ–গৱর্নৰগৰাকী৷ নিৰাপত্তা বাহিনীয়ে এই কথা সদৰী কৰিছে৷ উপ–গৱর্নৰ মেহবুবুল্লা ম’হেবি আৰু তেওঁৰ সচিবগৰাকী এই বোমা আক্রমণত নিহত হোৱা বুলি সদৰী কৰিছে নিৰাপত্তা বাহিনীৰ সূত্রই৷ উল্লেখনীয় যে সন্ত্রাসবাদীয়ে উপ–গৱর্নৰগৰাকীৰ্ গাড়ীত সংস্থাপন কৰিছিল বোমাটো৷…
Read More...

গুজৰাটত বিশ্বৰ বৃহত্তম শক্তি উদ্যানৰ শিলান্যাস

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ গুজৰাটৰ কুচ্ছত বিশ্বৰ বৃহত্তম নবীকৰণ সৌৰ আৰু বায়ুশক্তি উদ্যানৰ আধাৰশিলা স্থাপন কৰে…

পঞ্জাব–হাৰিয়ানা হিমাচলত দৈনিক লোকচান ৩,৫০০ কোটি

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লী সীমান্তৰ পথ অৱৰোধ কৰি কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদৰ…

ৰাইজক পুনৰ মাধমাৰঃ ৫০ টকা বৃদ্ধি ঘৰুৱা ৰন্ধন গেছৰ মূল্য

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বজাৰত মূল্যবৃদ্ধিৰ জুয়ে সাধাৰণ ৰাইজক দহি নিয়াৰ সময়তে পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ…

হোৱাটচএপত অভিনেত্ৰীক দিলে অশালীন প্ৰস্তাৱ! ক্ষুদ্ধ অভিনেত্ৰীয়ে শ্বেয়াৰ কৰিলে…

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ  যৌন আতিশায্যৰ বলি মুম্বাইৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী। আৰক্ষীক অভিযোগ কৰিছে খোদ…

কৃষকক সমর্থন জনাই দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালসহ বিধায়কৰ অনশন

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ বিতর্কিত তিনি কৃষি আইন বাতিলৰ দাবীত কৃষকৰ প্রতিবাদ ১৯ দিনত ভৰি দিলে৷ কেন্দ্রীয় চৰকাৰৰ ৭…

মহামাৰীৰ বিৰুদ্ধে মার্কিন ইতিহাসত বৃহৎ টিকাকৰণ ব্যৱস্থা

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ আমেৰিকাৰ ইতিহাসত মহামাৰী প্রতিৰোধৰ বাবে টিকাকৰণৰ প্রথমবাৰলৈ বৃহৎ অভিযান আৰম্ভ কৰা হৈছে৷…

ম’বাইল প্রস্তুতত চীনক অতিক্রম কৰিব ভাৰতেঃ ৰবিশংকৰ প্রসাদ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ  ম’বাইল ফোন প্রস্তুতৰ ক্ষেত্রত চীনক অতিক্রম কৰাৰ লক্ষ্য লৈছে ভাৰতে৷ প্রডাকচন–লিংকড…

আইআইটি মাদ্রাজত শতাধিক শিক্ষার্থী ক’ভিড–১৯ত আক্রান্ত

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ বিভিন্ন ৰাজ্যত উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহ পুনৰ মুকলি হোৱাৰ লগতে পাঠদান প্রক্রিয়া…

আমেৰিকাৰ কোষাগাৰ বাণিজ্য বিভাগত চাইবাৰ আক্রমণ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ  আমেৰিকাৰ কোষাগাৰ আৰু বাণিজ্য বিভাগৰ ওপৰত অচিনাক্ত হেকাৰে চাইবাৰ আক্রমণ চলাইছে৷ ইয়াৰ…