এছৱাটিনিৰ প্রধানমন্ত্রী লামিনীৰ ক’ৰোনাত মৃত্যু
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ আফ্রিকান ৰাষ্ট্র এছৱাটিনিৰ প্রধানমন্ত্রী এমব্র’জ লামিনীৰ ক’ভিড–১৯ত মৃত্যু হৈছে৷ ২০১৮লৈকে ছাজিলেণ্ড ৰূপে জনা গৈছিল এছৱাটিনিক৷ চাৰি সপ্তাহ ৰূপে ক’ভিড–১৯ত আক্রান্ত হৈছিল এমব্র’জ লামিনী৷ চৰকাৰী এক বিবৃতি অনুসৰি ৫২ বছৰীয়া লামিনীৰ কালি সন্ধিয়া দক্ষিণ আফ্রিকাৰ এখন হাস্পতালত মৃত্যু হৈছে৷
অৱশ্যে হাস্পতালৰ সূত্রই এতিয়াও লামিনীৰ…
Read More...