নতুন সংসদ ভৱনৰ প্রয়োজন কিয় হ’ল!
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ২০২১ চনত হ’বলগীয়া তামিলনাডু বিধানসভা নির্বাচনৰ বাবে নিজ দল মাক্কাল নিধি মায়াম (এমএনএম)ৰ প্রচাৰ আৰম্ভ কৰাৰ কেইঘণ্টামান পিছতেই অভিনেতা তথা ৰাজনীতিক কমল হাছানে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে৷ প্রধানমন্ত্রী মোদী দেশত বর্তমান ভয়াৱহ বিত্তীয় সংকট চলি থকা সময়তে কিয় নতুন সংসদ ভৱনৰ প্রকল্পৰ…
Read More...