শেষ নিশাৰ এটা ফোনকল আৰু অর্থনীতিবিদৰ পৰা ৰাজনীতিবিদলৈ…
🔹 প্রধানমন্ত্রী নৰসিংহ ৰাওৰ প্রধান সচিবৰ ফোন ড০ সিঙলৈ
🔹 অর্থনৈতিক সংকটত ভোগা ভাৰতক উদ্ধাৰ কৰিছিল ড০ সিঙে
নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : শেষ নিশাৰ এটা ফোনকল৷ এই ফোনকলটোতেই সলনি হৈছিল অর্থনীতিবিদ, শিক্ষাবিদ ড০ মনমোহন সিঙৰ জীৱন পৰিক্রমা৷ অর্থনীতিৰ পৰা সক্রিয় ৰাজনীতিত প্রৱেশ ঘটিছিল সেই ফোনকলটোৰ পৰাই৷ নেদাৰলেণ্ডছত বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউজিচিৰ…
Read More...