কষ্টাৰিকাৰ ৫০সংখ্যক ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণত অংশগ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ
কষ্টাৰিকাৰ পঞ্চাশতম ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাদ’ৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। দেশখনৰ ৰাজধানী চান হোচেত আয়োজিত এই অনুষ্ঠানত বিশ্বৰ বহুকেইখন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী তথা উচ্চস্তৰীয় প্ৰতিনিধি মণ্ডলে ভাগ লৈছিল।
শপতগ্ৰহণৰ পিছত ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি…
Read More...