গ্রন্থ অধ্যয়নৰ অভিনৱ প্রয়াস যোৰহাটৰ অৰিন্দম গগৈৰ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ
অংশমান হাজৰিকা
এটা জাতিৰ উন্নতিৰ জখলা সেই জাতিটোৰ গ্রন্থ প্রেমৰ ওপৰত বহুখিনি নির্ভৰ কৰে৷ অসমীয়া জাতিৰ কিতাপ পঢ়াৰ প্রৱণতা কমি অহা বুলি যি সময়ত শুনিবলৈ পোৱা যায়, সেই সময়তে ২০১৪ চনৰ পৰাই একব্যতিক্রমী প্রয়াসেৰে অসমৰ জনসমাজত বিশেষকৈ ছাত্র–ছাত্রীৰ মাজত কিতাপ পঢ়াৰ প্রৱণতা জগাই তুলিবলৈ চেষ্টা কৰি আহিছে…
Read More...