সংগ্ৰামৰ ধাৰাবাহক চাংসাৰিৰ তৰুণ অসম সেৱক সংঘ
অনুভৱ কুমাৰ
'তৰুণ অসম সেৱক সংঘ’ ৷ আজিৰ প্রেক্ষাপটত এই তৰুণ অসম সংঘটোৰ কর্মৰাজি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকৰ চিনাকিৰ দাপোণবুলি ক’ব পাৰি৷ সামাজিক–সাংস্কৃতিক ক্ষেত্রতে হওক নতুবা ক্রীডাৰ ক্ষেত্রতে হওক, তাত অবিৰাম মনোনিৱেশৰ ফলত সংঘটোৰ সেৱা সজীৱতাৰ হেঙুলীয়াবোৰৰ প্রসাৰতা বিয়পি পৰিছে আৰু সেইমতে তাৰ গৌৰৱৰ ধ্বজা বহ্ণিমান প্রান্তে প্রান্তে৷ দ্বিতীয়তে…
Read More...