ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ হ’লেই আলফা ভংগ!
নিয়মীয়া বার্তা, ২৬ অক্টোবৰঃ আলোচনাপন্থী আলফাৰ সৈতে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ ত্রিপাক্ষিক বৈঠক শীঘ্রে অনুষ্ঠিত হ’ব৷ বৈঠকত চুক্তি স্বাক্ষৰ হ’লেই আলফা আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ব৷ –এই ঘোষণা আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ৷ কাজিৰঙাৰ কঁহৰাৰ জে বি ৰিজ’টত আয়োজিত এখন সংবাদ মেলত আলফাৰ সাধাৰণ সম্পাদক চেতিয়াই কয় যে সভাপতি অৰবিন্দ ৰাজখোৱাৰ…
Read More...