চাণক্যৰ বিনামূলীয়া স্ক’লাৰশ্বিপ টেষ্টঃ ৫০ শীর্ষস্থানপ্রাপ্তই লাভ কৰিব জলপানি
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ উত্তৰ–পূর্বাঞ্চলৰ যুৱচামক অসামৰিক সেৱাত অংশগ্রহণ কৰি তেওঁলোকৰ প্রদর্শন উন্নত কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে দেশৰ আগশাৰীৰ অসামৰিক সেৱাৰ ক’চিং ইনষ্টিটিউট চাণক্য আই এ এছ একাডেমীয়ে অহা ২৫ জুলাইত এক অনলাইন/অফলাইন স্ক’লাৰশ্বিপ টেষ্ট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে৷
গুৱাহাটীস্থিত চাণক্য আই এ এছ একাডেমীত ক’চিং কৰাৰ সপোন পুহি…
Read More...