কমিছনৰ অংকত দুই শীর্ষ বিষয়াই বিলত চহী কৰিবলৈ হেঁচা দিছিল যোষিতাক
🔹 বঙাইগাঁৱত অভিযন্তাৰ চৰম সিদ্ধান্তই জোকাৰিছে সমগ্র ৰাজ্য
বিশেষ বার্তা, ২৪ জুলাই : বঙাইগাঁৱৰ ভাৰাঘৰত লোকনির্মাণ বিভাগ (গৃহ)ৰ সহকাৰী অভিযন্তা যোষিতা দাসে চৰম পথ বাছি লোৱা ঘটনাই সমগ্র ৰাজ্য জোকাৰি গৈছে৷ বিশেষকৈ শীর্ষ বিষয়াৰ পৰা কর্মস্থানত লাভ কৰা অত্যধিক হেঁচাৰ বাবেই যোষিতাই চৰম পথ বাছি লোৱাৰ পাছতে কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ…
Read More...