নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

বৰক্ষেত্রীৰ বাকৰিকুছিত বেদখলমুক্ত ৪৫২ বিঘা চৰকাৰী ভূমি

🔹 বছৰৰ পাছত বছৰ ধৰি বেদখল বিশেষ সম্প্রদায়ৰ লোকৰ 🔹 'খিলঞ্জীয়াৰ নামত আবণ্টিত ভূমিত কংগ্রেছে সংস্থাপন দিছিল সন্দেহজনক লোকক' বিশেষ বার্তা, ১ জুলাই : শ শ বিঘা চৰকাৰী ভূমি বেদখল কৰি বছৰ বছৰ ধৰি বসবাস কৰি অহা নলবাৰী জিলাৰ বৰক্ষেত্রী ৰাজহ চক্রৰ অন্তর্গত বাকৰিকুছি গাঁৱৰ বহুকেহটা পৰিয়ালৰ বিৰুদ্ধে কালি প্রশাসনে চলালে এক বৃহৎ উচ্ছেদ অভিযান৷ সু–পৰিকল্পিতভাৱে…
Read More...

অসমীয়া সাহিত্য সমৃদ্ধ কৰি চিৰনিদ্ৰাত কবি অনুভৱ তুলসী

ধৰাৰ মায়া এৰি অজানমুলুকৰ বাসিন্দা হল কবি অনুভৱ তুলসী । কবিতাৰ ছন্দেৰে সহস্ৰজনৰ আপোন হৈ পৰা বিশিষ্ট কবিগৰাকীয়ে গতি…

অস্তিত্বৰ সংকটত ঐতিহাসিক চীনৰ প্ৰাচীৰ চামধৰা গড় : বেদখলমুক্তৰ দাবী জাতীয় সংগঠনৰ

আহোম ৰাজত্ব কালৰ শৌৰ্য বীৰ্যৰ প্ৰতীক অসমৰ চীনৰ প্ৰাচীৰ চামধৰা গড়ত সন্দেহজনক লোকৰ বেদখলৰ বিৰুদ্ধে বাতৰি প্ৰকাশ পোৱাৰ…

যোৰহাট জিলা দিৱস পালন : ভাৰত-পাকিস্তান যুদ্ধত অৱতীৰ্ণ সৈনিকক সম্বৰ্ধনা

দেশৰ স্বাধীনতা সংগ্ৰামৰ বহুকেইজন গুৰিয়াল সংগ্ৰামীৰ ঠাই এই যোৰহাট। স্বৰাজোত্তৰ দেশত ১৯৮৩ চনৰ ১ জুলাইত জিলা হিচাপে…

জাগুনত বন্যহস্তীৰ কৰুণ মৃত্যু, কথা কাষৰনীত মৰ্মান্তিক ঘটনা

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিভাগৰ অন্তৰ্গত কথা কাষৰনীত মৃত অৱস্থাত উদ্ধাৰ হয় এটা বন্য হস্তী। কথা সংৰক্ষিত…

বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণত আহত ৩ জোৱানৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

বোকাখাতৰ সাপজুৰিৰ পানবাৰী গ্ৰেণেড বিস্ফোৰণত আহত ৩ জোৱানৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।…

চেঙাৰ বামুন দংৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ৩০ জুন : বৰপেটা জিলাৰ বামুন দংৰা পশ্চিম সমাজ সেৱা সমিতিৰ উদ্যোগত আৰু মন্দিয়া আৰক্ষী সহযোগত বামুন…

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)

🔹 'ইণ্ডিয়া টুডে'ৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ ভিতৰত ১৩৯সংখ্যক স্থান লাভ নিয়মীয়া বার্তা,  ২৯ জুন : ৰাজ্যৰ…