জোনাই সমষ্টিত বিজেপিৰ কৰ্মীৰ ভুবন পেগুৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ জোনাই সমষ্টিৰ বিজেপি দলৰ কৰ্মকৰ্তাৰ মাজত বিধায়ক ভুবন পেগুক লৈ বহুদিনৰ পৰা চলি আছে বিদ্ৰোহ। জোনাই সদৰত আজি পূব জোনাই বিজেপি মণ্ডল কৰ্মীৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷
ভুবন পেগুক দলীয় টিকট দিয়াক লৈ উত্তেজিত হয় পুৰণি বিজেপি কৰ্মীসকল৷ উল্লেখ্য যে জোনাই সমষ্টিত বিজেপি দলে ভুবন পেগুক প্ৰাৰ্থিত্ব…
Read More...