৩০ কিলোগ্ৰামৰ কেক কাটি ২১৩ বছৰীয়া বটবৃক্ষৰ জন্মদিন পালন
৩০ কিলোগ্ৰাম ওজনৰ কেক কাটি বজালীত ২১৩ বছৰীয়া বটবৃক্ষৰ জন্মদিন উদযাপন
নিয়মীয়া বাৰ্তা, ৬ জুনঃ এজোপ ২১৩ বছৰীয়া সুবৃহৎ বটবৃক্ষক কেন্দ্ৰ কৰি বজালীৰ জালিখাটাত গঢ় লৈ উঠিছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা এটি ধৰ্মীয় অনুষ্ঠান৷
বজালীৰ ঐতিহ্যমণ্ডিত জালিখাটাস্থিত কলিবাৰীত থানত দৈনিক আগমন ঘটে শ শ ধৰ্মপ্ৰাণ ৰাইজ তথা পৰ্যটকৰ৷ শিপা আৰু উপশিপা সহ বৃহৎ ডাল পাত আদিকে…
Read More...