আজিৰ দিনটোৰ ৰাশিফল
আজি ১০ ফেব্রুৱাৰী, মাঘ মাহৰ ২৭ তাৰিখ
সোমবাৰঃ তিথি–শুক্লা ত্রয়োদশী, নক্ষত্রঃ পুনর্বসু, যাত্রাঃ শুভ
মেষঃ আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
বৃষঃ সাৱধানেৰে চলক৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷ বাদ–বিসম্বাদৰ পৰা আঁতৰক৷ শুভ ৰং…
Read More...