আজিৰ দিনটোৰ ৰাশিফল
আজি ৪ ফেব্রুৱাৰী, মাঘ মাহৰ ২১ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ প্রতিকাৰ– শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধতুৰা ফুল দি লিংগ পূজা কৰি শিৱ–পার্বতীক আৰাধনা কৰিব৷
বৃষ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ হাতৰ পৰা…
Read More...