গোসাঁইগাঁৱত নকল সোণৰ নাও সৰবৰাহকাৰী দুজনক আটক
🔹 মূল অভিযুক্ত ফিৰদৌছ আলী ওৰফে ৰাজু পলাতক
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত কালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ ঘটনাৰ লগত জড়িত লক্ষীমপুৰৰ কুখ্যাত নকল সোণ সৰবৰাহকাৰী কুজৰাত আলী আৰু টোটো চালক আছিমুদ্দিন শ্বেখক আৰক্ষীয়ে আটক কৰে যদিও ঘটনাৰ মূল অভিযুক্ত ফিৰদৌছ আলী ওৰফে ৰাজু পলাতক বুলি জানিব…
Read More...