আৱৰ্জনা পেলোৱা ঠাইত স্থাপন কৰিলে তুলসীৰ ভেটি
🔹 প্ৰশংসনীয় : মৰিয়নি পৌৰসভাৰ ব্যতিক্ৰমী চিন্তা
বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : মৰিয়নি নগৰৰ বিভিন্ন ঠাইত একাংশ লোকে জাবৰ, পেলনীয়া সামগ্ৰী, আৱৰ্জনা আদি পেলাই কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। পৌৰসভা, প্ৰশাসন আদিয়ে নগৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস চলাইছে যদিও সেয়া যেন কামত অহা নাই । ইয়াৰ বিপৰীতে…
Read More...