আজি কাতি বিহু
🔹 লখিমীক আদৰাৰ পূর্বে পথাৰ উজলিব চাকি–আকাশবন্তিৰে
🔹 দামবৃদ্ধি, প্রান্তে প্রান্তে ছন পৰা কৃষিভূমিলৈ চাই কৃষকৰ হা–হুমুনিয়াহ
বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ পূর্বে আজি অসমীয়াই পালন কৰিব কাতি বিহু৷ অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ পৰা জীৱনদায়িনী ঔষধলৈকে দামবৃদ্ধিৰ টেঁটু চেপাৰ মাজতে কাতি বিহু উদযাপনৰ প্রস্তুতি আৰম্ভ হৈছে৷ খেতিপথাৰত চাকি…
Read More...